Friday, August 28, 2020

মহাকৰ্ষণ বা মাধ্যাকৰ্ষণ বল মানে কি? আৰু মহাকৰ্ষণ বল কেনেকৈ কাম কৰে? | What is Gravity and How does it work?

what is gravity,what is gravity force,what is gravity in assamese,what is gravity in physics  what causes gravity,gravity definition physics,gravity on earth,how gravity work,how does gravitational force work,gravity,explain gravitational force in assamese


মহাকৰ্ষণ বা মাধ্যাকৰ্ষণ বল মানে কি? আৰু মহাকৰ্ষণ বল কেনেকৈ কাম কৰে?

মহাকৰ্ষণ বা মাধ্যাকৰ্ষণ(Gravity) বল মানে হ'ল এটা আকৰ্ষণীক শক্তি, যিটো যিকোনো দুটা ভৰ থকা বস্তুৰ মাজত থাকে। এই আকৰ্ষণীয় শক্তি আমাৰ পৃথিৱীকে ধৰি বিশ্বব্ৰহ্মাণ্ডৰ সকলোতে আছে। এটা সামান্য ধূলিকণাৰ পৰা ধৰি গ্ৰহ, উপগ্ৰহ আৰু নক্ষত্ৰ সকলোতে মহাকৰ্ষণ বা মাধ্যাকৰ্ষণ(Gravity)বল আছে বা প্ৰভাৱ পেলায়। যাৰ ভৰৰ লগতে আকাৰো বেছি তাৰ আকৰ্ষণ বলো বেছি। আৰু সেইবাবে আকাৰত ডাঙৰ বস্তুটোৱে তাতকৈ সৰু বস্তু এটাক আকৰ্ষণ কৰে। এই আকৰ্ষণ শক্তিক মহাকৰ্ষণ বা মাধ্যাকৰ্ষণ বল(Gravity) বোলা হয়। ইয়াৰ উদাহৰণস্বৰূপে আমাকে চাৱক। আমি পৃথিৱীতকৈ সৰু বাবে পৃথিৱীয়ে আমাক আকৰ্ষণ কৰে আৰু এই আকৰ্ষণৰ বাবেই আমি পৃথিবীৰ ওপৰত বৰ্তি আছো, খোজ কাঢ়িব পাৰিছো। এই আকৰ্ষণ নথকা আমি উৰি ফুৰিলো হয়। যেনেকৈ অন্তৰীক্ষ যাত্ৰীসকল(Astronauts) অন্তৰীক্ষ যানত(Spacecraft) উৰি ফুৰা নিচিনাকৈ থাকে। আমাৰ সৌৰজগতত সূৰ্য্য হ'ল আটাইতকৈ বিশাল। সৌৰজগত খনৰ ৯১% সূৰ্য্যই আৱৰি আছে। আকাৰত ডাঙৰ হোৱাৰ বাবে ই সৌৰজগত খনত থকা বাকীকেইটা গ্ৰহ উপগ্ৰহকো আকৰ্ষণ কৰে। এই আকৰ্ষণৰ ফলতেই গ্ৰহবোৰ সূৰ্য্যৰ চাৰিওফালে ক্ৰমান্বয়ে ঘূৰে। সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডখনেই মহাকৰ্ষণ বলৰ ফলত বৰ্তি আছে।

what is gravity,what is gravity force,what is gravity in assamese,what is gravity in physics  what causes gravity,gravity definition physics,gravity on earth,how gravity work,how does gravitational force work,gravity,explain gravitational force in assamese

আমি জানো যে যাৰ ভৰ আছে তাৰ ওপৰতহে মহাকৰ্ষণ বল(Gravity)ৰ প্ৰভাৱ পৰে। কিন্তু এই কথা সম্পূৰ্ণৰূপে সত্য নহয়। মহাকৰ্ষণ বলে(Gravity) ভৰ বা ওজন নথকা বস্তুকো আকৰ্ষণ কৰে। ইয়াৰ উদাহৰণ হ'ল- পোহৰ বা ৰশ্মি (Light)। পোহৰ বা ৰশ্মি ফ'ত'ন(Photon)ৰ কণাৰে সংগঠিত আৰু এই ফ'ত'ন সমূহ ভৰহীন হয়। ভৰহীন হোৱাৰ স্বত্বেও পোহৰৰ ওপৰত মহাকৰ্ষণ বা মধ্যাকৰ্ষণ বল(Gravity)ৰ প্ৰভাৱ পৰে। Torchlight এটা যদি ON কৰা হয় তেনে হ'লে তাৰ পৰা ওলোৱা ৰশ্মি অলপ হ'লেও বেকা হয়। এইটো ঘটনা আমি চকুৰে দেখা নাপাও কিন্তু বৈজ্ঞানিক পদ্ধতিৰে পৰীক্ষা কৰিলে ইয়াৰ প্ৰমাণ পোৱা যায়। এলবাৰ্ট আইনষ্টাইনে (Albert Einstein) এই Theoryটো প্ৰমাণ কৰিছিল। গতিকে মহাকৰ্ষণ বা মধ্যাকৰ্ষণ বলৰ প্ৰভাৱ ভৰ থকা আৰু নথকা দুয়োটাৰ ওপৰতে পৰে।

Tuesday, August 18, 2020

কেতিয়া আৰু কেনেকৈ পৃথিৱী ধ্বংস হ'ব??

 

how earth will end,end of the earth, end of earth,

কেতিয়া আৰু কেনেকৈ পৃথিৱী ধ্বংস হ'ব??

আমি সকলোৱে জানো যে যাৰ জন্ম হয় তাৰ এদিন মৃত্যু নিশ্চয় হয়। এইটো এটা চিৰন্তন সত্য। জীৱ-জড় সকলোৰে এটা নিৰ্দিষ্ট আয়ুস থাকে। এই আয়ুস উকলি যোৱাৰ পাছত শেষ, ক্ষয় অথবা ধ্বংস হৈ যায়। সেইদৰে আমাৰ ধৰিত্ৰী খনো এদিন ধ্বংস হৈ যাব। কথাটো ভাবিলেই মনত ভয় লাগে নহয় নে ! আজিৰ পৰা প্ৰায় ৬৫ কোটি বছৰৰ আগতে আমাৰ এই পৃথিৱীখনত Dinosaur প্ৰজাতিটোৱে বাস কৰিছিল। আৰু ১৬৫ কোটি বছৰ এই প্ৰজাতিটোৱে বসবাস কৰাৰ পাছত, এদিন মহাকাশ(Space)ৰ পৰা অহা এটা বৃহৎ উল্কাপিণ্ড(Asteroid/Comet) আহি পৃথিৱীত খুন্দা মাৰে আৰু তাৰ ফলত পৃথিৱীত প্ৰলয়ৰ সৃষ্টি হয়। এই প্ৰলয়ত Dinosaur প্ৰজাতিটোৰ অষ্টিত্ব শেষ হৈ পৰে। একেদৰে কোনোবা এদিনাখন কিবা প্ৰলয়ত বৰ্তমান থকা মানুহকে ধৰি সকলো জীৱ পৃথিৱীৰ পৰা নিঃশেষ হৈ পৰিব পাৰে। প্ৰকৃতিক আমি কোনেও নিজৰ মতে চলাব নোৱাৰো। ইয়াৰ এটা জলন্ত উদাহৰণ হ'ল ক'ৰ'ণা ভাইৰাছ(Corona Virus)। Stephen Hawking আৰু Mark Zuckerbergৰ মতেও মানৱ জাতিয়ে নিজৰ অষ্টিত্ব ৰাখিবলৈ মানৱ বসতি মংগল(Mars) গ্ৰহত স্থাপন কৰাটো উচিত। অথবা পৃথিৱী ধ্বংস হ'লে মানৱ সভ্যতাৰ ইমানবোৰ উন্নতি অথলে যাব।

১. পৃথিৱী ধ্বংস হোৱাৰ প্ৰথম কাৰণতো হ'ল মানৱ।

মানুহেই হ'ল পৃথিৱী ধ্বংস হোৱাৰ মুখ্য কাৰণ। বৰ্তমান সময়লৈকে পৃথিৱীৰ বয়স হৈছে ৪.৫৪ বিলিয়ন বছৰ। বৈজ্ঞানিক সকলৰ মতে আৰু ২৫,০০০ বছৰৰ লৈকে পৃথিৱীৰ আয়ুস বৰ্তি থাকিব। কিন্তু মানৱ সভ্যতাৰ যিমান দ্ৰুত গতিত উন্নতি হৈছে তাৰ সমান্তৰাল ভাৱে পৃথিৱীৰ আয়ুসো কম হৈ আহি আছে। মানুহে নিজ উন্নতিৰ বাবে ‌অতিতৰে পৰা পৃথিৱীক বা প্ৰকৃতিক ক্ষতি সাধন কৰি আহিছে। মানুহে পাহৰি গৈছে যে প্ৰকৃতি বৰ্তি থাকিলেহে পৃথিৱীখন বৰ্তি থাকিব। এই অনিষ্টৰ ফলতে পৃথিৱীত জল প্ৰদূষণ(Water Pollution), বায়ু প্ৰদূষণ(Air Pollution), মাটি প্ৰদূষণ(Soil Pollution) আৰু


গোলকীয় উষ্ণতা(Global Warming) ক্ৰমান্বয়ে বৃদ্ধি হৈ হৈ আহিছে। ভৱিষ্যতে এই‌ গোলকীয় উষ্ণতা বৃদ্ধি হৈ হৈ যেতিয়া চৰম সীমা অতিক্ৰম কৰিব তেতিয়া গোটেই পৃথিৱীত জল প্ৰলয় হৈ মানৱ জাতিৰ লগতে অন্য বহুতো প্ৰাণী এই পৃথিৱীৰ পৰা নিঃশেষ হৈ পৰিব। এই প্ৰলয়ৰ পৰা ৰক্ষা পৰিবলৈ আমি সকলোৱে প্ৰকৃতিক নষ্ট কৰা ৰোধ কৰিব লাগিব। প্ৰকৃতয়ে আমি জীয়াই থাকিবলৈ আমাক সকলো দিছে। তাৰ বিনিময়ত আমি প্ৰকৃতিৰ সকলো বস্তুৰ সদ ব্যৱহাৰ কৰি প্ৰকৃতিক ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ প্ৰাধান কৰ্তব্য।

২. পৃথিৱী ধ্বংস হোৱাৰ দ্বিতীয় কাৰণতো হ'ল:- উল্কাপিণ্ড (Asteroid/Comet)।

আমাৰ এই পৃথিৱীখনৰ কাষেৰে বহু বছৰৰ মূৰে মূৰে বহুতো উল্কাপিণ্ড (Asteroid) পাৰ হৈয়ে থাকে। কিছুমান সৰু যিবোৰ পৃথিৱীত আহি পৰিলেহিও একো ক্ষতি নহয়। কিন্তু বহু বছৰৰ মূৰত বৃহৎ উল্কাপিণ্ডও আহে। এনে বৃহৎ উল্কাপিণ্ড পৃথিৱীত আহি পৰিলেহি হিৰোচিমা আৰু নাগাচাকিত হোৱা নিউক্লীয় বোমাৰ বিস্ফোৰণতকৈও ১০ লাখ গুণ বেছি ক্ষতি কৰিব। অৰ্থাৎ এই বিস্ফোৰণত পৃথিৱী একেবাৰে ধ্বংসই হৈ পৰিব। এনে বৃহৎ উল্কাপিণ্ড পৃথিৱীত আহি পৰাৰ বাবেই ডাইন'চৰ(Dinosaur) প্ৰজাতিতোৰ অস্তিত্ব নাইকীয়া হৈ পৰিছিল। এনে উল্কাপিণ্ড যে আকৌ পৃথিৱীত নপৰিব সেই কথাৰো কোনো ঠিকনা নাই। কিছু বছৰৰ পৰা উল্কাপিণ্ডবোৰ অহা সংখ্যাও বেছি হ'ব লৈছে।

৩. পৃথিৱী ধ্বংস হোৱাৰ তৃতীয় কাৰণতো হ'ল:- সূৰ্য্য।

বৈজ্ঞানিক সকলৰ মতে আজিৰ পৰা ৫ বিলিয়ন বছৰৰ পাছত সূৰ্য্যই তাৰ চৰম শীমা অতিক্ৰম কৰিব আৰু বৰ্তমান সূৰ্য্যতকৈ বহুত ডাঙৰ হৈ পৰিব। তেতিয়াৰ সূৰ্য্যটো ইমান ডাঙৰ হৈ পৰিব যে শুক্ৰ গ্ৰহটো সূৰ্যৰ ভিতৰত অন্তৰ্নিহিত হৈ পৰিব আৰু শুক্ৰ গ্ৰহৰ কক্ষপথটোৰ সমান আকাৰ হ'ব। ইয়াৰ ফলত পৃথিৱীত সূৰ্য্যৰ পৰা অহা তাপমাত্ৰা ইমানেই বেছি হৈ পৰিব যে সমগ্ৰ পৃথিৱীখন জলন্ত লাভাত পৰিণত হ'ব।

পৃথিৱী ধ্বংস হোৱাৰ কাৰণ বহুলোকে বা বৈজ্ঞানিকে বহুতো মতবাদ দিছে কিন্তু তাৰে মই আপোনাকক জনোৱা তিনিটা কাৰণ ভৱিষ্যতে হোৱাৰ সম্ভাৱনা বহুত বেছি। পৃথিৱী ধ্বংস হোৱাৰ কথা শুনি আপুনি হাঁহিলেও এইটো এদিন হ'লেও বাস্তৱত ৰূপায়ন হ'বই। শুনিব বেয়া লাগিলেও ই চিৰন্তন সত্য।

Wednesday, July 8, 2020

Here are Best Indian & US alternatives Apps for Popular Chinese Apps || 59 Chinese Alternative Apps || Indians Apps

59 Chinese Alternative Apps

59 Chinese Alternative Apps

                      On June 29, 2020, the government of India banned 59 Chinese applications. These apps are banned under Section 69A of India. Because of some security issues included in these apps. China was stealing data from its apps users. Some people are getting problems after this ban. Please don't worry, we will give you some best alternative apps which are much much better than these Chinese apps and don't have security issues. These alternative apps are from the US and Our country India. #Boycot_China

👉In the place of Sharit and Xender, You can use 

1. Files by Google: Clean up space on your phone.
Files by Google app, Chinese alternative apps, Chinese alternative apps for android
2. Z Share - Fastest Desi files sharing app.
Z share app, file transfer app for android, Files by Google app, Chinese alternative apps, Chinese alternative apps for android

3. Jio Switch - Secure File Transfer & Share (No Ads)
Jio Switch, file transfer app for android, Files by Google app, Chinese alternative apps, Chinese alternative apps for android

👉In the place of UC Browser, CM Browser, Apus Browser & DU Browser you can use - 

1. Google Chrome: Fast & Secure.
Google Chrome, Browser, file transfer app for android, Files by Google app, Chinese alternative apps, Chinese alternative apps for android

2. Firefox Browser.
firefox android, firefox for android apk, firefox download, does firefox work on android, download firefox for android without google play, firefox for phone, firefox android latest version, firefox focus for android free download, firefox browser, firefox focus download, firefox latest version

3. JioBrowser - Fast & Secure Indian Web Browser.
jio browser for windows pc, jio browser for laptop  jio browser, jio browser owner, jio browser for jio phone, jio browser plan  indian browser for pc, jio phone browser hidden option  browser for jio phone kaios, jio browser for iphone  Page navigation

4. Bharat Browser - Original Indian Bharat Browser.
bharat browser pc download, bharat browser download, bharat browser for pc, bharat browser for windows 10  bharat browser wikipedia, bharat web browser, bharat web browser download for pc

👉In the place of Baidu Map, you can use -

1. Maps - Navigate & Explore.
google maps app, google earth, google maps street view, google street view, my maps  google map live, google maps india, google map free,  google earth pro, google map live location

2.MapmyIndia Move, Navigation, and Tracking.
mapmyindia maps, mapmyindia download, mapmyindia login, move mapmyindia login, mapmyindia move app for android, mapmyindia software for car free download, mapmyindia navigator, mapmyindia app, mapmyindia apk, mapmyindia gps tracker, indian app

👉In the place of Shopping Websites like Club Factory, SHEIN you can use -

1. Amazon.
amazon sale, amazon prime, amazon prime video, amazon orders, amazon login, amazon shopping, amazon prime login, amazon android app, amazon app, amazon offers

2. Flipkart.
flipkart mobile, flipkart offers 2020, online shopping apps, flipkart app for pc, flipkart app - download free, flipkart app offer, flipkart sale 2019, flipkart app download in 9app  online mobile shopping, flipkart plus app - download

3. Snapdeal.
Snapdeal app, best online shopping app, Snapdeal for pc download, download snapdeal for windows, Snapdeal offers 2020

4. Myntra.
Myntra app download, download Myntra for pc free, Myntra coupn codes

etc.

👉In the place of some phone cleaner apps like DU Cleaner & Clean Master – Cheetah Mobile. You can use -

1. Files by Google: Clean up space on your phone.
files by google for pc, files by google apk, files by google ios, files go transfer to pc, my files  google file share  files - download  files app, google files app, file manager
Generally, the battery saver app isn't needed on your phone. Because your phone system is already has a smart and better feature to clean the phone's junk files. Nowadays Phones have AI technology to control their file systems.

👉In the place of online Chinese games like Clash of Kings, Hago Play With New Friends, Mobile Legend, etc. You can use many games. There are many popular Online & Offline games in the Playstore. You can use them.


👉In the place of DU battery saver, you can use some alternative apps. But we will not recommend any kind of Battery saver app because they are useless. The technology to save and maintain your phone battery is inbuilt on your phone which has more capability.


👉Now come to Beauty camera apps like YouCam makeup, Beauty Plus, SelfieCity, Wonder Camera, Photo Wonder & Sweet Selfie. You can use your own phone camera which has a beauty feature. If this feature is not available on your phone then you can use "Snapseed" to edit your photo.

snapseed app for android, snapseed app for ios, snapseed windows, snapseed online, snapseed editing, snapseed download, snapseed app, snapseed browser, snapseed microsoft, snapseed for mac, snapseed photo editing, snapseed pic


👉In the place of Chinese news apps like UC News, QQ Newsfeed. You can use-

1. Google News: Top World & Local News Headlines.
google news app for pc,google news app for android, google news app for ios, google news app for mac, google news india, google news app download, google live news, google news tamil, how to get new google news app, google news uk, what happened to google news

2. Dailyhunt - 100% Indian App for News & Videos.
dailyhunt bengali, dailyhunt app, dailyhunt telugu, dailyhunt lite, dailyhunt english, dailyhunt tamil, dailyhunt malayalam, dailyhunt creator portal, dailyhunt kannada, dailyhunt gujarati

👉In the place of WeChat, you can use-

1. WhatsApp.
whatsapp app download, whats app web, whatsapp app download 2018, whatsapp apk  whatsapp for pc, whatsapp app for laptop window 10, whatsapp,whatsapp web application download, whatsapp login, whatsapp desktop

2. Telegram.
telegram web, telegram movies, telegram messenger, telegram apk, telegram app, telegram channels, telegram movie download, telegram messenger download, telegram wikipedia, telegram owner

3. Hike Sticker Chat.
  
telegram, hike messenger, cross platform messaging app, cross platform messaging meaning, hike messenger founder, hike messenger login, hike messenger app, kavin bharti mittal, hike messenger for pc, hike messenger office

Some people were using ParalleSpace App to clone app, now they can use Clone App - App Cloner & Secure VPN.


👉In the place of Chinese video calling apps like, Mi Video Call – Xiaomi, We Meet, You can use -

1. Google Duo.
google duo apk, google duo app install, google duo for pc download windows 10, google duo group call, google duo limit, google duo for pc software, how to use google duo

2. JioMeet.
jio meet online, jio meet desktop, jio meet download for pc, jio meet release date,jio meet web, jio meet for pc, jio meet apk, jio meet features, jio meet sign up, jio meet limit

3. Skype.
skype free download full version, skype for business download, skype download apk, skype download folder windows 10, skype app, create skype account, how to use skype  Page navigation

4. Microsoft Teams.
Microsoft teams (free download), microsoft teams for pc, microsoft teams app, microsoft teams chat,  microsoft teams app for laptop, microsoft teams app for pc,

5. Google Meet
how to use google meet, google meet app install, google meet app  for pc download, google meet app for laptop, google meet app download for laptop, google meet download for pc, google meet apk, google meet app download for windows, google meet free

👉In the place of Viva Video – QU Video Inc, U Video. You can use better editing software like,

1. Kine Master.
C, Video Maker – Apps on Google Play, KineMaster - Mobile Video Editor, ‎KineMaster - Video Editor on the App Store, KineMaster for android download, KineMaster for ios download, KineMaster for pc

2. Filmora.
video mixing editing app, filmorago mod apk, background video editing app, chroma key video app android download, filmos apk download, filmora download for pc full version free, filmorago pro, filmorago pc, filmorago online, filmorago download, filmorago tutorial

3. Vlog it.


👉Many people use CamScanner but now it was banned so we will suggest some alternative apps.


1. Adobe Scan: PDF Scanner with OCR, a PDF creator.
adobe scan for pc free download, Adobe Scan: PDF Scanner, OCR – Apps on Google Play, adobe scanner for pc, adobe scan apk

2. Microsoft Office Lens - PDF Scanner.
Office Lens is like a scanner in your pocket that allows you to scan and share classroom handouts and notes into OneNote and OneDrive. Scan the teacher's handouts and annotate them in Word and OneNote. Take a picture of the whiteboard or blackboard to reference later, even if you're offline.

3. Google Drive.
Google Drive is a safe place for all of your files that puts them within reach from any smartphone, tablet or computer.

4. Scan It - Document Scanner. (Indian App)
ScanIt is extremely easy to use; simply point to QR or barcode you want to scan and app will automatically detect and scan it 

5. Kaagaz Scanner: Best Indian Document & PDF Scan.
Kaagaz App is the Best Indian Document scanner app. It turns your phone camera to a PDF Scanner

👉In the place of DU Recorder, you can use -

1. Screen Recorder - No Ads.
Screen Recorder is an app help you easy Record Screen and Take Screenshot anywhere, Screen Recorder download for android, Screen Recorder download for ios

👉Now come to the main and most popular app Tiktok, Like, Bigo Live, Hello, etc. You can use these alternatives-

1. Triller - Social Video Platform.

Triller app download for android, Triller app download for ios

2. Chingari - Original Indian Short Video App.

Chingari - Original Indian Short Video App, chingari app download, chingari app developer

3. Roposo - India's own video app.

India's own video app. Roposo is India's favourite video creation and sharing app. Made in India, for India. You can use Roposo app in Hindi, Tamil, Telugu, Kannada, Gujarati, Punjabi, Marathi, Bengali, Malayalam, Odia and Assamese.

4. ShareChat - Made in India.

ShareChat - Funny, Romantic, Videos, Shayari, Quotes ...

 

So these are some alternative apps of Chinese apps. We hope it will help you.

Tuesday, June 30, 2020

FREE ONLINE ACTIVE TRUSTED COURSES WITH CERTIFICATES IN INDIA

free online courses with printable certificates  free online courses with certificates in india by government  free online government certifications  un free online courses with certificates  free online management courses with certificates  coursera free courses  free online certification exams  coursera certificate  Page navigation  free online courses with certificates in india by government for teachers  free online courses with certificates in india by government for students  free online courses in india by government FREE ONLINE COURSES IN INDIA WITH CERTIFICATE  free online computer courses with certificates in india   free online courses with printable certificates  swayam certificate courses  free online government certifications  aicte online courses  Page navigation  free online computer courses with certificates in india  FREE ONLINE ACTIVE TRUSTED COURSES WITH CERTIFICATES IN INDIA

FREE ONLINE ACTIVE TRUSTED COURSES WITH CERTIFICATES IN INDIA :

There are many sites that are providing professional free online courses with certificates in India. You just need to enroll one of the free online courses and easily certified by them. By enrolling in the course you will be able to use the benefit of it. Some of the courses are paid but most of them free for now. They give a certificate when you complete the course and you will be able to use that knowledge to improve your technical knowledge and skill. Most of them are related to Digital Marketing, Java, Html, and coding, etc. You will get any course for free, you just have to search.

TOP 10 ONLINE SITES FOR FREE  COURSES WITH CERTIFICATES IN INDIA:


1.ESSKILLINDIA                  CLICK

2.KHANACADEMY              CLICK

3.COURSERA                        CLICK

4.LEARNVERN                     CLICK

5.UDEMY                               CLICK

6.OPENCULTURE                 CLICK

7.ALISON                               CLICK

8.EDX                                      CLICK

9.ONLINE.STANDFORD       CLICK

10.ACADEMIEARTH               CLICK

HOW TO ENROLL THE FREE COURSE?

  • Visite any of the site
  • create an account
  • Open the courses information page 
  • click enroll

BENEFIT OF FREE COURSES :

  • Wide range of topic available depending on your interest
  • The professors are from a well-known university. They give you deep knowledge of any topic/
  • Once you enroll in the course, It can be easily accessible at any time.
  • A wide range of colleges. There are many well-known colleges that provide their free or paid courses in the above sites.
  • A greater form. You can ask a question or doubts easily with an instant solution.
  • The professional certificate you will get by completing of course.



Thursday, June 25, 2020

FREE CREATIVE RESUME TEMPLATES FOR MS WORD

creative resume maker online free  online resume maker with photo  resume maker for students  best online cv maker free  resume format  online resume maker for internship  resume maker professional hes related to MS WORD resume maker resume builder  simple resume format download in ms word  resume maker for students  resume in ms word format  best free resume builder  resume word format  creative resume maker online free  zety resume builde

FREE CREATIVE RESUME TEMPLATES FOR MS WORD 

Resumes are very important for any job. Your resume will tell about you in front of the selector because first your resume goes and after that, you will be a call for the interview, if you want a job, then you must have a good resume and no one can stop you from getting a job with the help of resume with good qualification. if the resume is not good then it will be a little bit harder to crack the interview.

What is a resume?

A resume is a document created by a person to present their background, summaries work experience, education skills, and achievements for a prospective employer.

Why resume is important?

  • Resume represent you in front of the potential employer 
  • employer able to see the skill, your background, your experience, educational qualification in one place easily
  • The employer can easily identify the skill or experience what he needed

 
How to create a good RESUME?


There are many ways to create an attractive resume. By using online sites you can easily create it less than minutes. Many apps are also available in the google play store which will help you to create a resume or biodata or cv. You can also create by using the MS WORD office. We are proving some of our resume format which will help you. 

Online sites that might be useful for you to create your resume

  1. Website    zety resume builder     click
  2. Website   resume help                  click
  3. Website   resumnerd                     click  
Download free format of  MS WORD file to create your biodata, click the download button you will get the file. Click below for the  FREE CREATIVE RESUME TEMPLATES FOR MS WORD 

Normal Resume DOWNLOAD

Simple Resume DOWNLOAD

Professional Resume DOWNLOAD

Wednesday, June 24, 2020

AHSEC FINAL RESULT 2020 ASSAM BOARD

AHSEC FINAL RESULT 2020 ASSAM BOARD

AHSEC FINAL RESULT 2020 ASSAM BOARD



 AHSES HS RESULT IN 2020: 


THE HS EDUCATION  BOARD(AHSES) of Assam will be declared
their  AHSES HS RESULT on June 25. The result scheduled to declare within May 15, but got delayed due to  COVID 19 pandemic.

AHSES HS RESULT 2020 DATE AND TIME: 25 JUNE AT 9 A.M. 


How to Check Assam AHSEC Result 2020 Online :


The documents which are required to check the result 


ADMIT CARD: Your admit card is compulsory to check your result    
                             In which you can find the roll number.
                             In which you can find the examination center number.
                             Your name which is on the admit card.
                             Your date of birth


How to check AHSEC HS FINAL Result using the website online :

We are providing  15 websites, from which you can use it to check your results. You can check your result by insisting on these sites by using the name, the date of birth,  roll number, or using your admit card details, you can check the result.




OFFICIAL SITE TO CHECK AHSEC FINAL RESULT 2020  :



ALTERNATIVE SITES TO CHECK AHSEC FINAL RESULT 2020 ASSAM BOARD


1. resultsAssam.nic.in        click

2.assam.indiaresults.com       click

3.www.examresults.net      click

4. www.results.shiksha    click

5.exametc.com  click

6.results.amarujala.com   click

7.www.assamresult.in  click

8.results.net   click

10.www.eduassam.com     click

11.www.results.shiksha   click

12.assamjobalerts.com    click


  BEST OF LUCK FOR YOUR RESULT

Tuesday, June 23, 2020

অসমৰ কুইজ

অসমীয়া ভাষা-সাহিত্যৰ কুইজ

TEST 1 CLICK
 
TEST 2 CLICK

TEST 3  CLICK